সাধাৰণভাৱেই বাপেক-মাক, ককাক আদিৰ দৈহিক গঠন, আচৰণ আদি ল'ৰা-ছোৱালীলৈ🚸 যায় বা বাপেক-মাকৰ🚻 গঢ় শিশুৰ ওপৰত পৰে । আচৰিত নহয়নে ❔
আনহে নালাগে মানসিক শক্তিলৈকে এই বংশগত প্ৰভাৱ থাকে ।
এটা উদাহৰণ দিছো ☞
এটা উদাহৰণ দিছো ☞
আপুনি যদি এজন বিদ্যালয় শিক্ষক 👤
তেন্তে শ্ৰেণীকোঠাৰ এই অৱস্থাটো আপোনাৰ বাবে সদা পৰিচিত ।
যেতিয়া আপুনি শ্ৰেণীকোঠাত কোনো এটা বিষয় 📖 শিকাই থাকে তেতিয়া এইটো কথা আপুনি প্ৰায়ে মন কৰিছে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে অতি সহজতে বিষয়টো শিকাৰ বিপৰীতে কেইজনমানে অলপ বুজি পাইছে আৰু কিছুমানে একো বুজিয়েই পোৱা নাই ।
একেটা শ্ৰেণীকোঠা, একেজন শিক্ষকে👤 একে সময়তে সকলো শান্ত ছাত্ৰ-ছাত্ৰীক পঢ়াইছে তাতো এনে এক বিশাল পাৰ্থক্য ।

বছৰদিয়েক আগতে হ'বলা, ফেচবুক জ্ঞান সম্ভাৰত লিখিছিলো যে শ্ৰেণীকোঠাত সাধাৰণতে তিনি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী থাকে ☞
▫ উচ্চ বুদ্ধি সম্পন্ন ছাত্ৰ-ছাত্ৰী
▫ মধ্যম বুদ্ধি সম্পন্ন ছাত্ৰ-ছাত্ৰী আৰু,
▫ দুৰ্বল বুদ্ধি সম্পন্ন ছাত্ৰ-ছাত্ৰী ।

মোৰ ভাষাৰে হ'লে হেলজেন লাইট, টিউব লাইট (চক থকা) আৰু ড্ৰিম লাইট 💡 ।
কিন্তু কথা হ'ল এনে কিয় হয় ?
আপুনি নিশ্চয় ক'ব "পৰিৱেশ" আৰু "বংশগতি"-ৰ প্ৰভাৱ ।

হয়, আপুনি ঠিকেই ভাবিছে । কিন্তু এই লেখাত "পৰিৱেশ"-ক আঁতৰাই ৰাখি দুটামান আমোদজনক তথ্যৰে আজি ফেচবুক জ্ঞান সম্ভাৰলৈ লৈ আনিছো এটি বিশেষ লেখা ☞
☣ "বংশগতি" (HEREDITY) ☣
➖➖➖➖➖🔅➖➖➖➖➖
➖➖➖➖➖🔅➖➖➖➖➖
শিশুৰ যেতিয়া জন্ম হয় তেওঁলোকে কিছুমান বিশেষ গুণ জন্মতেই পিতৃ-মাতৃ লগতে পুৰ্ব-পুৰুষৰপৰা লগত লৈ আহে । এই গুণবোৰকে একেলগে কোৱা হয় "বংশগতি" বা ইংৰাজীত বোলা হয় HEREDITY ।
পিটাৰচনৰ মতে, "পূৰ্ব-পুৰুষৰ পৰা পিতৃ-মাতৃৰ যোগেদি যি পোৱা যায় সেয়ে হৈছে বংশগতি ।"
ডৌগ্লাচ্ৰ মতে, বংশগতিত পিতৃ-মাতৃৰ কৰ্মশক্তি, দৈহিক বৈশিষ্ট্য আৰু গঠন সমূহ থাকে ।
এইটো কেনেকৈ ঘটে সেই বিষয়লৈ যোৱাৰ আগত কিছু তথ্যৰ আলোকপাত কৰি লোৱা হ'ল :

পুৰুষ-মহিলাৰ 👫 মিলনত যেতিয়া শুক্ৰানু আৰু ডিম্বাণু যোজিত হয় তেতিয়া ডিম্বাণু উৰ্বৰ হয় বা নিষেচন হয় । এনে উৰ্বৰ ডিম্বাণুক প্ৰাণী বিজ্ঞানত কোৱা হয় জায়গ'ট (ZYGOTE) ।
ZYGOTE নামৰ এই যোজন কোষটোত ৪৬ ডাল ক্ৰম'জম থাকে ।

লাগিল নহয় লেঠাটো । এই ক্ৰম'জমনো আকৌ কি ?
আমি জানো, জীৱ কোষৰ কেন্দ্ৰস্থল হৈছে নিউক্লিয়াছ । এই নিউক্লিয়াচতে থকা প্ৰ'টিন, যাক অসমীয়াত আমি মাংসসাৰ বুলি কওঁ তাৰে গঠিত পূৰ্ব-পুৰুষৰ লক্ষণ বহন কৰি থকা জিন বিলাকৰ ধাৰক থাকে । এই ধাৰকেই হৈছে ক্ৰম'জম । প্ৰত্যেকটো ক্ৰম'জমত চল্লিছৰ পৰা এশটা জিন থাকে ।
মাননীয় পাঠক সকল, ২০১৪ চনত ক্ৰম'জম বিষয়ক আন এটি লেখা দলটোত আগবঢ়াইছিলো । যি সকলে পঢ়া নাই তেখেতসকলে এই লেখাটো পঢ়াৰ অন্তত https://m.facebook.com/groups/372830512757409?view=permalink&id=892896327417489 এই ঠিকনাৰে গৈ লেখাটো পঢ়িবচোন ।

যি কি নহওঁক, ZYGOTE-ত থকা পিতৃ-মাতৃৰ গুণ আৰু দৈহিক গঠন যুক্ত ক্ৰম'জম বিলাকে শিশুলৈ বংশানুক্ৰমিক ভাৱে গুণবোৰ কঢ়িয়াই ।
এই ক্ৰম'জম ৪৬ ডাল বা ২৩ যোৰ ।
ইয়াৰে ২৩ ডাল পুৰুষৰ আৰু ২৩ ডাল মহিলাগৰাকীৰ পৰা আহে ।
প্ৰত্যেকৰে ২৩ ডাল ক্ৰমজমক আকৌ দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি ।

🔹শৰীৰ ক্ৰম'জম আৰু
🔹লিংগ ক্ৰ'মজম ।
🔹লিংগ ক্ৰ'মজম ।
প্ৰতিজনৰ ২৩ ডাল ক্ৰম'জমত শৰীৰ ক্ৰ'মজম ২২ ডাল আৰু লিংগ ক্ৰম'জম এডালকৈ থাকে ।
এইখিনিতেই এটা ডাঙৰ ৰহস্য আছে ।
যদি জানে খুবেই ভাল কথা আৰু যদি নাজানেও আহকচোন আলোচনাটো আগবঢ়াই নিও ....................

📆 ৩০-১১-২০১৮
➖➖➖➖➖➖
➖➖➖➖➖➖
শৰীৰ ক্ৰম'জম পূৰ্ব-পুৰুষৰ শাৰীৰিক লক্ষণ তথা চৰিত্ৰ সমূহৰ বাহক হোৱাৰ বিপৰীতে লিংগ ক্ৰম'জমে #জায়গ'ট কোষটো মানৱ শিশু হিচাপে জন্ম হওঁতে ল'ৰা হ'ব নে ছোৱালী হ'ব সেয়া নিৰ্ধাৰণ কৰে ।
লিংগ ক্ৰম'জম আকৌ দুই প্ৰকাৰৰ ।
X আৰু Y । X ক্ৰম'জমে কন্যা সন্তান আৰু Y ক্ৰম'জমে ল'ৰা সন্তানৰ জন্ম দিয়ে । কিন্তু সন্তানৰ লিংগ নিৰ্ণয় হ'ব পুৰুষৰ শুক্ৰানুৰ পৰা । উল্লেখযোগ্য, মহিলাৰ ডিম্বাণুত সদায় X লিংগ ক্ৰম'জমহে থাকে আৰু সি নিৰপেক্ষ ভূমিকাৰে শুক্ৰানুৰ ওপৰত নিৰ্ভৰ কৰি কন্যা বা ল'ৰা সন্তান ভূমিস্থ কৰে। শুক্ৰানুত যিহেতু X আৰু Y দুয়োটাই থাকে গতিকে পুৰুষৰ পৰা Y ক্ৰম'জম প্ৰাপ্তিৰে ডিম্বাণু উৰ্বৰ হ'লে XY মিলি ল'ৰা সন্তান আৰু X ক্ৰম'জম প্ৰাপ্তি হ'লে XX মিলি কন্যা সন্তান জন্ম হ'ব ।

আচৰিত নহয়নে কথাবিলাক ❕
কিন্তু ৰ'ব, মোৰ বাবে ইয়াতকৈও আচৰিত কথাটো এতিয়াও কোৱাই নাই ।
আজিৰপৰা হাজাৰ-হাজাৰ বছৰৰ আগতেই আয়ুৰ্বেদ বিজ্ঞানী তথা প্ৰাচীন ভাৰতীয় চিকিৎসক "সুশ্ৰুকে" এইটো গম পাইছিল যে সন্তানৰ লিংগ পুৰুষৰ দ্বাৰা নিৰ্ধাৰিত হয় ।
হে ভগৱান,সেই যুগতেই তেখেতে বাৰু কেনেকৈ গম পাইছিল সেই কথা । এনে কথাই মোৰ গাৰ নোম ঠিয় কৰি দিয়ে । হ'লেও শীতৰ ৰাতি, অন্নমুঠি আৰু শীতল কৰাৰ ইচ্ছা মোৰ নাই ।
কথাটো ভাবিহে মোৰ মুখখন মেল খাই গৈছে, আপোনাৰ ❓

⚪ 🔹🔹🔸🔸⚪
🔘 কৃতজ্ঞতা : লেখাটো NIOS.-ৰ ৫০৬ নং পাঠ্যপুথিৰ গোট নং-২ৰ আধাৰত প্ৰস্তুত কৰা আৰু কিছু অতিৰিক্ত তথ্য বিকাশপেদিয়াৰ ডাক্তৰ মনোজ কুমাৰ শইকীয়াৰ লেখাৰ পৰা বিদ্যায়তনিক চৰ্চাৰ স্বাৰ্থত সহায় লোৱা হৈছে তাৰবাবে লেখক সকললৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়াই সামৰিলো,
ধন্যবাদ 🐦
🌠 শুভৰাত্ৰি 🌾
🌠 শুভৰাত্ৰি 🌾
🎤🔊 ফেচবুকত আমাৰ ঠিকনা📮
https://www.facebook.com/groups/372830512757409/

📧 facebookgyansambhar@gmail.com
📶 8⃣0⃣1⃣1⃣......
🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
💠🔸🔹⚫🔹🔸💠
📶 8⃣0⃣1⃣1⃣......
🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
💠🔸🔹⚫🔹🔸💠
No comments:
Post a Comment